পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে বৰডুমচা মহং বাসীক। পথ মেৰামতি দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ সাব্যস্ত।