মৰাণৰ ১০৮ নং খোৱাং গ্ৰান্টৰ আইদেউ সন্দিকৈ পথত সংঘটিত হয় এই ঘটনা । উত্তম বৰুৱা (৩৭) নামৰ যুৱকজনে মাতৃ অনু বৰুৱাক নৃশংসভাৱে হত্যা কৰে । ঘটনাৰ বিষয়ে চুবুৰীয়াসকলে গম পোৱাৰ পিছতে মৰাণ আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰে । মাতৃ-পুত্ৰই বসবাস কৰা পৰিয়ালটোত প্ৰায়ে হৈ থাকে কাজিয়া-পেচাল । মৰাণ আৰক্ষী চক্ৰ বিষয়া নীল কমল বৰুৱা আৰুমৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ উপাধ্যায়ৰ নেতৃত্ত্বত উপস্থিত হোৱা আৰক্ষীদলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચૂંટણી પંચ દ્વારા C-VIGIL મોબાઇલ એપ્લિકેશન પર 1,326 ફરિયાદોમાંથી 1,322 ફરિયાદોનું નિરાકરણ કરવામાં આવ્યું છે
વિધાનસભા ચૂંટણીમાં સામાન્ય નાગરિકો પણ આચારસંહિતાના ઉલ્લંઘન અંગે ફરિયાદ...
દૂધ વિતરણ બંધનું એલાન અંગે શહેરના દેવુભાઈ ગઢવી એ આપી મહત્વની પ્રતિક્રિયા
દૂધ વિતરણ બંધનું એલાન અંગે શહેરના દેવુભાઈ ગઢવી એ આપી મહત્વની પ્રતિક્રિયા
বিশ্বনাথত এজন চাইকেল আৰোহীৰ গাত পৰিল 440 ভল্টৰ বিদ্যুত পৰিবাহিত খুঁটা
ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে।যেন বাক্যশাৰীয়ে প্ৰতিপন্ন হ'ল বিশ্বনাথত। এক ভয়াবহ ঘটনা...
ઝેરી દારૂના કારણે 57 લોકોના મોત, 40 રૂપિયાની ‘પોટલી’ના ચક્કરમાં ગુમાવ્યા જીવ!
ગુજરાતના બોટાદ જિલ્લામાં કથિત રીતે નકલી દારૂ પીવાથી મૃત્યુઆંક વધીને 57 થયો છે. જણાવી દઈએ કે આ...