লখিমপুৰৰ জিলাৰ বিহপুৰীয়া সন্তপুৰ পাঁচআলিত যোৱা নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোক জনৰ নাম ৰমেশ গগৈ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নিনিব্বাপক বাহিনী উপস্থিত হৈ জুই নিব্বাপনৰ চেষ্টা কৰে যদিও তিনিখন দোকান সম্পুৰ্ণৰূপে ভস্মীভূত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শোনিতপুৰৰ চাৰিদুৱাৰৰ বগীজুলীত
বিজুলী মহোৎসৱ
ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা 'আজাদি কা অমৃত মহোৎসৱ' ৰ অংশ...
પાટણ રવદ પાલીપુર કેનાલનું પાણી છોડવા બાબત ખેડૂતો દ્વારા લેખીત અરજી કરાઇ@live24newsgujarat
પાટણ રવદ પાલીપુર કેનાલનું પાણી છોડવા બાબત ખેડૂતો દ્વારા લેખીત અરજી કરાઇ@live24newsgujarat
Top 5 Bollywood News: Salman Khan की 'Tiger 3' का ये होगा हाइलाइट सीन, इतना लंबा होगा SRK का कैमियो?
Top 5 Bollywood News: Salman Khan की 'Tiger 3' का ये होगा हाइलाइट सीन, इतना लंबा होगा SRK का कैमियो?