আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙৰ ৰাজগড়ত লাচিত দিৱসৰ উপলক্ষে অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ। ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত সেৱা ভাৰতী,পূব্বাঞ্চল আৰু নেশ্বনেল মেডিক'জ অৰ্গেনাইজেচ অসমৰ উদ্যোগত সচেতন নাগৰিক সমাজ,ৰাজগড়ৰ সহযোগত অনুষ্ঠিত হয় স্বেচ্ছামূলক ৰক্ত দান আৰু সজাগতা শিবিৰ । এই ৰক্তদান শিবিৰত ৬০ জনৰো অধিক লোকে ৰক্তদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেশৰ দ্ৰুততম মানৱ; অসম সন্তান অম্লান বৰগোহাঁই
অসমৰ প্ৰতিভাসম্পন্ন তৰুণ এথলীট অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই ৰাষ্ট্ৰীয় অভিলেখ...
মৰাণ আৰক্ষীয়ে আটক কৰিলে মোবাইল চোৰ
মৰাণ আৰক্ষীয়ে আটক কৰিলে মোবাইল চোৰ
સુરેન્દ્રનગર રેલવે સ્ટેશનેથી ચોરાયેલા બાઈક સાથે યુવાન ઝડપી પડતી પોલીસ
સુરેન્દ્રનગર શહેરના રેલવે સ્ટેશને પાર્ક કરેલા બાઈકની ચોરી ચિંતાજનક રીતે વધતી હતી. ત્યારે રેલવે...
Breaking News: Lok Sabha Election Result से पहले महंगाई का झटका, Amul Milk हुआ महंगा
Breaking News: Lok Sabha Election Result से पहले महंगाई का झटका, Amul Milk हुआ महंगा
US Share Market Fall Reasons LIVE Check | FED Rate Cut को लेकर ये संकेत, Bond Yield में आई गिरावट?
US Share Market Fall Reasons LIVE Check | FED Rate Cut को लेकर ये संकेत, Bond Yield में आई गिरावट?