মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ আৰক্ষী সকলে ৰূপায়ন কৰিলে লাচিত দিৱসআৰু বৃক্ষৰোপন কাৰ্য্যসূচীত। মৰাণ থানাৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মৰাণ থানা নাগৰিক সমিতি, শান্তি সমিতি তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কাৰ্য্যসূচীৰ জাতীয় সংগীতেৰে আৰম্ভনী কৰা হয়। ইয়াৰ পিছত মৰাণ ৰাজহচক্ৰ বিষয়া (সংলগ্ন) পাপৰি বৰগোঁহাইয়ে বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। মৰাণ আৰক্ষী চক্ৰবিষয়া সিদ্ধেশ্বৰ বড়ো, মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ উপাধ্যায়য়ে থানাৰ চৌহদত বৃক্ষৰোপন কৰে। এই উপলক্ষে অনুস্থিত আলোচনা চক্ৰত সমাজকৰ্মী খগেন ভড়ালী, অসীম বৰুৱা, পবিত্ৰ চুতীয়া, ড°ফাৰহিন বেগম, পাপৰি বৰগোঁহাইয়ে বক্তব ৰাখি বীৰ লাচিতৰ নামত এয়াৰৰ্পট, ৰেলষ্টেচনৰ নামকৰন কৰাৰ লগতে তেওঁৰ নামত বঁটা দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই, লগতে আৰু কয় যে ভুগোল আৰু ইতিহাস পাঠ দানত পুনৰ অন্তৰ্ভুক্ত কৰিব লাগে I কাৰ্য্যসূচীত থানাৰ সকলো আৰক্ষীৰ লগতে স্থানীয় গণ্য মান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  चक्क...बैलगाडीतूनच काढली नवरा नवरीची वरात...बार्शी तालुक्यातील बाभुळगाव मधील अनोख्या वरातीची चर्चा 
 
                      चक्क...बैलगाडीतूनच काढली नवरा नवरीची वरात...बार्शी तालुक्यातील बाभुळगाव मधील अनोख्या वरातीची चर्चा
                  
   Benefits Of Cleaning Tongue: हेल्दी रहने के लिए सिर्फ दांत ही नहीं, जीभ की सफाई भी है जरूरी 
 
                      सेहतमंद रहने के लिए अच्छी डाइट के साथ- साथ ओरल हाइजीन भी जरूरी है। हालांकि लोग सिर्फ ओरल हाइजीन...
                  
   Earthquake In Gujarat : गुजरात में लगे भूकंप के झटके, रिक्टर पैमाने पर तीव्रता 4.3 रही 
 
                      Earthquake In Gujarat : गुजरात में भूकंप के झटके महसूस किए गए हैं, जिससे लोगों में हड़कंप मच गया....
                  
   પાવાગઢ ખાતે સૂર્યગ્રહણને લઈને માતાજીનું મંદિર બંધ રહેતા અજાણતા પહોંચેલા ભક્તોએ પગથિયાં પાસે પૂજા કરી 
 
                      પાવાગઢ ખાતે સૂર્યગ્રહણને લઈને માતાજીનું મંદિર બંધ રહેતા અજાણતા પહોંચેલા ભક્તોએ પગથિયાં પાસે પૂજા કરી
                  
   
  
  
  
  
   
  