মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ আৰক্ষী সকলে ৰূপায়ন কৰিলে লাচিত দিৱসআৰু বৃক্ষৰোপন কাৰ্য্যসূচীত। মৰাণ থানাৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মৰাণ থানা নাগৰিক সমিতি, শান্তি সমিতি তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কাৰ্য্যসূচীৰ জাতীয় সংগীতেৰে আৰম্ভনী কৰা হয়। ইয়াৰ পিছত মৰাণ ৰাজহচক্ৰ বিষয়া (সংলগ্ন) পাপৰি বৰগোঁহাইয়ে বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। মৰাণ আৰক্ষী চক্ৰবিষয়া সিদ্ধেশ্বৰ বড়ো, মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ উপাধ্যায়য়ে থানাৰ চৌহদত বৃক্ষৰোপন কৰে। এই উপলক্ষে অনুস্থিত আলোচনা চক্ৰত সমাজকৰ্মী খগেন ভড়ালী, অসীম বৰুৱা, পবিত্ৰ চুতীয়া, ড°ফাৰহিন বেগম, পাপৰি বৰগোঁহাইয়ে বক্তব ৰাখি বীৰ লাচিতৰ নামত এয়াৰৰ্পট, ৰেলষ্টেচনৰ নামকৰন কৰাৰ লগতে তেওঁৰ নামত বঁটা দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই, লগতে আৰু কয় যে ভুগোল আৰু ইতিহাস পাঠ দানত পুনৰ অন্তৰ্ভুক্ত কৰিব লাগে I কাৰ্য্যসূচীত থানাৰ সকলো আৰক্ষীৰ লগতে স্থানীয় গণ্য মান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राज. प्राथमिक विद्यालय सपतीजा तालेड़ा के अतिक्रमण से जुड़ा प्रकरण
विद्यालय प्रबंधन समिति के अध्यक्ष ने की प्रेस कॉन्फ्रेंस, कहा- सपतीजा स्कूल के लिए हुई भूमि...
फरहीन फरहद का आम जनता के लिए एक आवाहन.
फरहीन फरहद का आम जनता के लिए एक आवाहन.
Vikas Divyakirti ने Virat Kohli और PM Modi का नाम लेकर क्या समझाया? बेटे से करा लिया ये वादा
Vikas Divyakirti ने Virat Kohli और PM Modi का नाम लेकर क्या समझाया? बेटे से करा लिया ये वादा
370 पर सुनवाई के बीच 35A पर Supreme Court में Tushar Mehta और Kapil Sibal क्या बोले?
370 पर सुनवाई के बीच 35A पर Supreme Court में Tushar Mehta और Kapil Sibal क्या बोले?
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সেই মাজনিশা কি কি ঘটিছিল?
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সেই মাজনিশা কি কি ঘটিছিল? Spotlight Ep-7 | #Paragjyoti #Phukan