।ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰঙা গৰা গাঁৱৰ পুখুৰীৰ পৰা মৃতদেহ উদ্ধাৰ হোৱা ঘটনায়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো ১নং ৰঙাগড়া গাঁৱৰ নিবাসী মিনিক কুৰ্মীৰ পুত্ৰ ৪০বছৰীয়া বিজয় ৰিম কুৰ্মীৰ বুলি জানিব পৰা গৈছেযোৱা দেওঁবাৰৰ পৰা বিজয় ৰাম কুৰ্মী নিৰুদ্দেশ হৈ আছিল। যদিও নিজৰ ঘৰৰ পুখুৰীতে মৃতদেহ উদ্ধাৰ হয়। মৰিণ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে অসম মেডিকেললৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত।আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gut Health: खराब गट हेल्थ होने पर नजर आते हैं ये लक्षण, इन तरीकों से रखें इनका ख्याल
गट हेल्थ सिर्फ पाचन ही नहीं बल्कि पूरी सेहत के लिए लाभदायक होता है। इनमें मौजूद माइक्रोब्स गट...
માંગરોળ પોલીસ દ્વારા ગુન્હાખોરી અટકાવવા ટ્રાફિક ડ્રાઇવ સાથે ખાસ ઝૂંબેશ
જૂનાગઢ જિલ્લા ના માંગરોળ શહેર માં માંગરોળ પોલીસ દ્વારા નિયમોનું ઉલઘન કરનાર તેમજ લારી ગલ્લાઓ ઉપર...
পিন এ ফ্লেগ: জাতীয় পতাকাৰ সৈতে চেল্ফি উঠাই হৰ ঘৰ তিৰংগা পৰ্টেলত আপলোড কৰিবলৈ চৰাইদেউ জিলাবাসীক আহ্বান প্ৰশাসনৰ
হৰ ঘৰ তিৰংগা
পিন এ ফ্লেগ কৰিবলৈ আৰু জাতীয় পতাকাৰ সৈতে চেল্ফি উঠাই হৰ ঘৰ তিৰংগা পৰ্টেলত আপলোড...
বিশিষ্ট লেখিকা , কবি ,অধ্যাপিকা ড০ প্ৰেমলতা শৰ্মাৰ মৃত্যুত সমগ্ৰ চিলাপথাৰ অঞ্চলত শোকৰ ছাঁঃ
চিলাপথাৰৰ বিশিষ্ট লেখিকা , কবি ,অধ্যাপিকা ড০ প্ৰেমলতা শৰ্মাৰ পৰলোকপ্ৰাপ্তি ; সমগ্ৰ...