নামৰূপত গাঞ্জা বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
নামৰূপ নাগাদলংৰ পৰা ১ কেজি ৬০০ গ্ৰাম গাঞ্জা সহ মলয় দে নামৰ এজন ব্যক্তিক আটক ।