সত্ৰ নগৰী মাজুলীৰ নামনি মাজুলী মহৰিচুক গাঁৱৰ দ্বীপজ্যোতি জৈৱিক কৃষি ৰ্ফামত মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিষয়া সহযোগত বীৰ লাচিত বৰষুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয়।