ডিব্ৰুগড়ৰ জিলাৰ মৰাণত আৰক্ষীৰ থানা অন্তৰ্গত জুতিয়া বামত এটা মৃতদেহ উদ্ধাৰ হোৱা পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা অনুসৰি নিশা ৰেল খুন্দাত মৃত্যু হোৱাৰ ব্যক্তি জন মৰাণ ইকৰাণী নুৱাচ তপ্ন (৪৫) বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । পোৱা চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ লোকে প্ৰত্যক্ষ কৰে ৰেল লাইন কাষত পৰি থকা অৱস্থাত মৃতদেহটো । ইয়াৰ পাছতে মৰাণত থানা আৰক্ষীৰ উপস্থিতিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુશાસન સપ્તાહ: પ્રશાસન ગાંવ કી ઔર" અભિયાન અંતર્ગત ગીર સોમનાથ જિલ્લામાં વેરાવળ પ્રાંત કચેરી ખાતે વર્કશોપ યોજાયો
ભારત સરકાર દ્વારા તા.૨૫ ડિસેમ્બરના દિવસને સુશાસન દિવસ તરીકે ઉજવવામાં નકકી કરવામાં આવ્યું છે. આ...
সমাগত ৰাস পূৰ্ণিমা: চন্দ্ৰাৱলী নিশাৰ আগমণৰ লগে লগেই কৃষ্ণ লীলাত বুৰ যাব ৰাজ্যৰ আকাশ বতাহ
সমাগত ৰাস পূৰ্ণিমা।চন্দ্ৰাৱলী নিশাৰ আগমণৰ লগে লগেই কৃষ্ণ লীলাত বুৰ যাব ৰাজ্যৰ আকাশ বতাহ।গোলাঘাটৰ...
Press Release by BJP National General Secretary Shri Tarun Chugh
Chugh fires Bajwa for defending "deep state" working through Rahul
Sikhs all over the...
শিশু অপহৰণকাৰীক লৈ নলদুঁৱাৰ গাঁৱত সজাগতা সভা
মাজুলীত সঘন সংঘটিত হৈ থকা শিশু অপহৰণকাৰী , মহিলা অপহৰণ কাৰী আদি বিষয়ক লৈ নামনি মাজুলীৰ নলদুৱাৰত...