আজি পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেৰাবিল ভিচিডিচিৰ চুতিয়া বস্তি গাৱত অমৃত সৰোবৰ আঁচনিৰ শুভ আৰম্ভণী কৰে পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ দীপক মৌৰ দেৱে।

 উক্ত অনুষ্ঠান উপস্হিত থাকে পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জিৱন ডেকা ডাঙৰীয়া, মেৰাবিল ভি,চি,ডি,চিৰ সভাপতি ৰতন গোঁড় ডাঙৰীয়া, মেৰাবিল ভি,চি,ডি,চিৰ অভিযন্তা প্ৰনৱ দাস ডাঙৰীয়া, লগতে দলীয় কাৰ্য্যকৰ্তা সকল আৰু স্হানীয় গাৱৰ ৰাইজ।