কামৰূপ জিলাৰ ছয়গাওঁ শিল্পী সুৰক্ষা পৰিষদে জ্যোতিষ শাস্ত্ৰত কৰি অহা অনবদ্য সেৱাৰ বাবে দৰঙ জিলাৰ দেওমৰনৈ নিবাসী জ্যোতিষী ৰেৱন শৰ্মালৈ আগবঢ়াইছে ২০২২ বৰ্ষৰ জ্যোতিষ ভাস্কৰ বঁটা ৷ সেই উপলক্ষে অলপতে ছয়গাঁৱত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ এক সাংস্কৃতিক পৰিক্ৰমা আৰু সমৰ্দ্ধনা অনুষ্ঠানত জ্যোতিষী গৰাকীক উক্ত বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° জগদীশ পাটগিৰিয়ে ৷ ইতিপূৰ্ব্বে অসম জ্যোতিষ ৰত্ন বঁটা পাপক জ্যোতিষী ৰেৱন শৰ্মা অসমীয়া মাহেকীয়া আলোচনী বিস্ময়, প্ৰিয়সখী, ৰহস্য, অনুপমা, ই আলোচনী যাত্ৰা, সাপ্তাহিক বাতৰি কাকত 'প্ৰভাতী অসম'ৰ নিয়মীয়া ৰাশিফল লিখক। তেখেতৰ এনে সাফল্যত বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰাম, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতি,দেওমৰনৈ শাখা সাহিত্য সভা, বড়িগাওঁ মিলন সংঘ প্ৰমুখ্যে বিভিন্ন দল সংগঠনে জ্যোতিষী গৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'PM Modi ने पर्सनली..' Qatar ने 8 भारतीय नौसनिक को सुनाई थी फांसी की सज़ा, वो वापस कैसे लौटे? सुनिए..
'PM Modi ने पर्सनली..' Qatar ने 8 भारतीय नौसनिक को सुनाई थी फांसी की सज़ा, वो वापस कैसे लौटे? सुनिए..
નવરાત્રીમાં ગરબે રમવા માટે કિન્નરો પણ ડોઢિયા શીખી રહ્યા છે, Video વાયરલ
ગુજરાત: નવરાત્રીમાં ગરબે રમવા માટે કિન્નરો પણ ડોઢિયા શીખી રહ્યા છે, Video વાયરલ
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় শতাব্দী সমাৰোহ উপলক্ষে বৃক্ষৰোপন আৰু ৬খন তোৰন উন্মোচন।১২০বছৰীয়া জয়ন্তি ত ১২০পতাকা উওোলন অহাকালি।১৯ জানুৱাৰীত ,সাংস্কৃতিক শুভাযাত্ৰা আৰু মুকলি সভা।
১৯০৫বৰ্ষত স্থাপিত ঐতিহ্যমণ্ডিত শিক্ষাৰ আলোকস্তম্ভ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহ...
Almora Bus Accident: उत्तराखंड के अल्मोड़ा में बड़ा हादसा, खाई में गिरी यात्रियों से खचाखच भरी बस
Almora Bus Accident: उत्तराखंड के अल्मोड़ा में बड़ा हादसा, खाई में गिरी यात्रियों से खचाखच भरी बस