কামৰূপ জিলাৰ ছয়গাওঁ শিল্পী সুৰক্ষা পৰিষদে জ্যোতিষ শাস্ত্ৰত কৰি অহা অনবদ্য সেৱাৰ বাবে দৰঙ জিলাৰ দেওমৰনৈ নিবাসী জ্যোতিষী ৰেৱন শৰ্মালৈ আগবঢ়াইছে ২০২২ বৰ্ষৰ জ্যোতিষ ভাস্কৰ বঁটা ৷ সেই উপলক্ষে অলপতে ছয়গাঁৱত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ এক সাংস্কৃতিক পৰিক্ৰমা আৰু সমৰ্দ্ধনা অনুষ্ঠানত জ্যোতিষী গৰাকীক উক্ত বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° জগদীশ পাটগিৰিয়ে ৷ ইতিপূৰ্ব্বে অসম জ্যোতিষ ৰত্ন বঁটা পাপক জ্যোতিষী ৰেৱন শৰ্মা অসমীয়া মাহেকীয়া আলোচনী বিস্ময়, প্ৰিয়সখী, ৰহস্য, অনুপমা, ই আলোচনী যাত্ৰা, সাপ্তাহিক বাতৰি কাকত 'প্ৰভাতী অসম'ৰ নিয়মীয়া ৰাশিফল লিখক। তেখেতৰ এনে সাফল্যত বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰাম, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতি,দেওমৰনৈ শাখা সাহিত্য সভা, বড়িগাওঁ মিলন সংঘ প্ৰমুখ্যে বিভিন্ন দল সংগঠনে জ্যোতিষী গৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Koffee with Karan 8 में Sara Ali Khan ने की Shubhman पर बात, Ananya ने किया Relationship Confirm
Koffee with Karan 8 में Sara Ali Khan ने की Shubhman पर बात, Ananya ने किया Relationship Confirm
MAHEMDAVAD:- રૂ.૫૦૧.૯૧ લાખના ૬૯ વિકાસ કામોનું ખાતમુહુર્ત મહેમદાવાદને ૨ એમ્બ્યુલન્સની ભેટ આપી.
MAHEMDAVAD:- રૂ.૫૦૧.૯૧ લાખના ૬૯ વિકાસ કામોનું ખાતમુહુર્ત મહેમદાવાદને ૨ એમ્બ્યુલન્સની ભેટ આપી.
વાવ ગામે "નલ સે જલ" યોજનામાં કોન્ટ્રાકટર અને અધિકારીઓની મીલીભગત થી આચરાતું કૌભાંડ...
આવાજ ન્યુઝ 24×7
આર.એચ.રાજપૂત તા:10/12/2022
બનાસકાંઠા જિલ્લાના...
देशातील 10 राज्यांत NIA, ED चा छापा
मुंबई: राष्ट्रीय तपास संस्था (NIA) आणि अंमलबजावणी संचालनालय (ED) यांनी गुरुवारी देशातील 10...
संजय राऊत यांना जामीन मंजूर होताच हिंगोलीत फटाके फोडून जल्लोष
दिनांक 9/11/2022 रोजी शिवसेना जिल्हाप्रमुख विनायकराव भिसे पाटील यांच्या प्रमुख उपस्थितीत आज...