অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আজি নাজিৰা বৰবৰুৱা পুখুৰী পাৰৰ শিশু উদ্যানত এক বৃক্ষ ৰোপন কাৰ্য্যসূচী হাতত লোৱা হয়। নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুইয়া নাম্পুই, নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক, নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল, স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰা এই বৃক্ষ ৰোপন কাৰ্য্যসূচী কাইলৈ পৰ্য্যন্ত অব্যাহত থাকিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वशिष्ठी नदीतील गाळ काढण्यास लवकरच सुरुवात; दुसऱ्या, तिसऱ्या टप्प्याचे काम एकाच वेळी पूर्ण करणार
चिपळूण : येथील वशिष्ठी नदीमधील गाळ काढण्यास लवकरच सुरुवात होणार असून, त्यासाठी जलसंपदा विभागाने...
जिद्दीनेच पूर्ण होतात स्वप्न | Real Story | @Indian Farmer |
जिद्दीनेच पूर्ण होतात स्वप्न | Real Story | @Indian Farmer |
বিবাহপাশত আবদ্ধ হ’ল অভিনেতা ছানি দেউলৰ পুত্ৰ কৰণ দেউল।
বিবাহপাশত আবদ্ধ হ’ল অভিনেতা ছানি দেউলৰ পুত্ৰ কৰণ দেউল। দৃশা আাচাৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ...
हिम्मतनगर में वसंत विहार सोसायटी के पास गड्ढे में एक्टिवा गिरने से एक्टिवा चालक की मौके पर ही मौत हो गई...
सड़क में गैप के कारण हुआ हादसा
: हिम्मतनगर में वसंत विहार सोसायटी के पास गड्ढे में एक्टिवा...