অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আজি নাজিৰা বৰবৰুৱা পুখুৰী পাৰৰ শিশু উদ্যানত এক বৃক্ষ ৰোপন কাৰ্য্যসূচী হাতত লোৱা হয়। নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুইয়া নাম্পুই, নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক, নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল, স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰা এই বৃক্ষ ৰোপন কাৰ্য্যসূচী কাইলৈ পৰ্য্যন্ত অব্যাহত থাকিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गृहमंत्री अमित शाह का सीधा निर्देश, ध्वस्त करें आतंकी नेटवर्क
केंद्रीय गृह मंत्री अमित शाह ने देश में उभरते सुरक्षा खतरे के परिदृश्य से निपटने के लिए आतंकी...
ધ્રાંગધ્રા સીટી પોલીસ વાહન ચાલકો સામે કરી લાલ આંખ ૩૦ વાહન ચાલકોને નિયમો મુજબ ₹ ૮,૦૦૦ નો દંડ
ધ્રાંગધ્રા સીટી પોલીસ વાહન ચાલકો સામે કરી લાલ આંખ ૩૦ વાહન ચાલકોને નિયમો મુજબ ₹ ૮,૦૦૦ નો દંડ
BSNL ने लॉन्च किया ऑफिशियल WhatsApp चैटबॉट, जानिए किन सुविधाओं के साथ कैसे इस्तेमाल करें सर्विस
भारत संचार निगम लिमिटेड (Bharat Sanchar Nigam Limited) ने अपने यूजर्स के लिए वॉट्सऐप चैटबॉट...