দৰঙৰ বামুণঝাৰত উত্তপ্ত পৰিস্থিতি। প্ৰেমিকাৰ মৃত্যুৰ পিছত প্ৰেমিকৰ ঘৰত কেইবাশতাধিক লোকে সৃষ্টি কৰে উতপ্ত পৰিবেশ। ভণ্ড প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ পৰিয়ালে । অভিযুক্ত যুৱক ৰাহুল বড়ো আৰু ৰাহুলৰ বন্ধু চক্ৰধৰ বৰোক উত্তেজিত ৰাইজে আৱদ্ধ কৰি ৰাখিছে ভণ্ড প্ৰেমিকৰ বামুণঝাৰৰ বাসগৃহত । ইতিধ্যে ঘটনা স্থলীত বুঢ়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে যদিও পৰিস্থিতি উত্তপ্ত । উল্লেখ্য যে ৰাহুলে খৈৰাবাৰী থানা এলেকাৰ কাৱৈমাৰী গাঁওৰ এগৰাকী যুৱতী বিবাৰী বড়োক শুক্ৰবাৰে নিশা শোৱা পাটিৰ পৰা ফোনেৰে মাতি খৈৰাবাৰী ৰাস দেখুওৱালৈ নিছিল । নিশা বাৰ বজাৰ পিছত উভতাৰ পথত আন্ধেৰীঘাটত সংঘটিত হয় পথ দুৰ্ঘটনা। নিশাই বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও শনিবাৰে যুৱতী গৰাকীৰ মৃত্যু হয়। যুৱতী গৰাকীৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ পৰা ধনৰ অভাৱত মৃতদেহ আনিব নোৱাৰি স্থানীয় কেইবা শতাধিক লোক আৰু যুৱতী গৰাকীৰ আত্মীয় সকল আহি বামুণঝাৰৰ ৰাহুল বড়োৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડબ્રહ્મા ખાતે આવતી કાલે વિશ્વ આદિવાસી દિવસ ઉજવાશે
આર્ડેકતા કોલેજ ખાતે ગુજરાત વિધાનસભાના અધ્યક્ષશ્રી ડો. નિમાબેન આચાર્યના ઉપસ્થિતિમાં લાભાર્થીઓને લાભ વિતરણ કરાશે
સાબરકાંઠા જિલ્લામાં ગુજરાત વિધાનસભાના અધ્યક્ષ ડો. નિમાબેન આચાર્યના અધ્યક્ષસ્થાને વિશ્વ આદિવાસી...
Parag Agarwal समेत टॉप 3 पूर्व Twitter अधिकारियों ने किया Elon Musk पर मुकदमा, ये है वजह
नई दिल्ली, पराग अग्रवाल समेत ट्विटर के पूर्व टॉप तीन अधिकारियों ने एलन मस्क पर मुकदमा दायर...
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱহাটীস্থ ক্ৰীড়াংগনত আয়োজিত 'অসম যুৱ অলিম্পিক' মহোৎসৱত উছু (সমৰ কলা) মেগা প্ৰতিযোগিতাৰ দুটা পৃথক শাখাত বিশ্বনাথ জিলাক প্ৰতিনিধিত্ব কৰি প্ৰতিভাৱান খেলুৱৈ গহপুৰৰ দিব্যা আচাৰ্য আৰু ৰিম্পী বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ স
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱহাটীস্থ ক্ৰীড়াংগনত আয়োজিত 'অসম যুৱ অলিম্পিক' মহোৎসৱত উছু (সমৰ কলা)...
कॉल पर मिल रही मोबाइल नंबर बंद होने की धमकी, तो ऐसे करें शिकायत, DoT ने जारी की चेतावनी
दूससंचार विभाग (DoT) ने फर्जी कॉल को लेकर यूजर्स के लिए चेतावनी जारी की है। सोशल मीडिया...