দৰঙৰ বামুণঝাৰত উত্তপ্ত পৰিস্থিতি। প্ৰেমিকাৰ মৃত্যুৰ পিছত প্ৰেমিকৰ ঘৰত কেইবাশতাধিক লোকে সৃষ্টি কৰে উতপ্ত পৰিবেশ। ভণ্ড প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ পৰিয়ালে । অভিযুক্ত যুৱক ৰাহুল বড়ো আৰু ৰাহুলৰ বন্ধু চক্ৰধৰ বৰোক উত্তেজিত ৰাইজে আৱদ্ধ কৰি ৰাখিছে ভণ্ড প্ৰেমিকৰ বামুণঝাৰৰ বাসগৃহত । ইতিধ্যে ঘটনা স্থলীত বুঢ়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে যদিও পৰিস্থিতি উত্তপ্ত । উল্লেখ্য যে ৰাহুলে খৈৰাবাৰী থানা এলেকাৰ কাৱৈমাৰী গাঁওৰ এগৰাকী যুৱতী বিবাৰী বড়োক শুক্ৰবাৰে নিশা শোৱা পাটিৰ পৰা ফোনেৰে মাতি খৈৰাবাৰী ৰাস দেখুওৱালৈ নিছিল । নিশা বাৰ বজাৰ পিছত উভতাৰ পথত আন্ধেৰীঘাটত সংঘটিত হয় পথ দুৰ্ঘটনা। নিশাই বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও শনিবাৰে যুৱতী গৰাকীৰ মৃত্যু হয়। যুৱতী গৰাকীৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ পৰা ধনৰ অভাৱত মৃতদেহ আনিব নোৱাৰি স্থানীয় কেইবা শতাধিক লোক আৰু যুৱতী গৰাকীৰ আত্মীয় সকল আহি বামুণঝাৰৰ ৰাহুল বড়োৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गांव का नाम बदलने का लिया प्रस्ताव, खेड़ारसूलपुर का नाम बदकर खेड़ारामपुर करने की मांग
राज्य सरकार ने कोटा के लाडपुरा तहसील के राजस्व गांव 'रसूलपुर' का नाम बदलकर 'रामपुर' करने का...
Fire Breaks Out At Auto Parts Manufacturing Factory In Gurugram | Haryana
Fire Breaks Out At Auto Parts Manufacturing Factory In Gurugram | Haryana
শিঙিমাৰীৰ RTI কৰ্মী আবুল বাসাৰৰ সংবাদমেল।
শিঙিমাৰীৰ RTI কৰ্মী আবুল বাসাৰৰ সংবাদমেল।
১৭ আগষ্টত অসম বিধানসভাৰ বিশেষ অধিৱেশন
অসম বিধানসভাৰ এক বিশেষ অধিৱেশন অহা ১৭ আগষ্ট অৰ্থাত বুধবাৰে অনুষ্ঠিত হ'ব।
ৰাতিপুৱা ৯.৩০...
પાલનપુર આદર્શ નિવાસી શાળા ખાતે વિશ્વ યોગ દિવસની ઉત્સાહભેર ઉજવણી કરાઇ
પાલનપુર આદર્શ નિવાસી શાળા ખાતે વિશ્વ યોગ દિવસની ઉત્સાહભેર ઉજવણી કરાઇ સરકાર માન્ય યોગ ગુરુ દ્વારા...