মঙলদৈত নতুন সংযোজন GO GAS>> .

ব্যক্তিগত খণ্ডৰ LPG চিলিণ্ডাৰৰ নতুন ব্যৱসায় আৰম্ভণি ৷

এতিয়া LPG চিলিণ্ডাৰৰ বাবে আপুনি হাহাঁকাৰ কৰিব নালাগে ! কাৰ্ডৰ বাবে চিলিণ্ডাৰ নোপোৱা সমস্যা এতিয়া আতৰিল কাৰণ ব্যক্তিগতগত খণ্ডত আৰম্ভ হ’ল এই ব্যৱসায় ৷ মঙলদৈৰ চহৰত দুজন যুৱকে আৰম্ভ কৰিলে GO GAS>> নামৰ নতুন কোম্পানীৰ LPG চিলিণ্ডাৰৰ ব্যৱসায় ৷