নাগালেণ্ডৰ মন জিলাৰ কাৰাগাৰৰ পৰা ৯ জনকৈ কয়দীৰ পলায়ন। 

নাগালেণ্ডৰ মন জিলাৰ কাৰাগাৰৰ পৰা ৯ জনকৈ কয়দীৰ পলায়ন। নিশাৰ আন্ধাৰ সুযোগ গ্ৰহন কৰি ৯ জন কয়দী পলায়ন।

বৰ্তমানৰ লৈকে কোনো সন্ধান উলিয়াব পৰা নাই নাগালেণ্ড আৰক্ষীয়ে। পলায়ন কৰা কয়দী কেইজন ক্ৰমে পনফে কন্যাক,ইয়াংঘাট, টাইৱান কন্যাক,মানফা কন্যাক,টামৱাং কন্যাক,আমপুং কন্যাক,ঠায়ৌ কন্যাক,বংজেল কন্যাক,টিয়নেল কন্যাক। গুৰুত্ব অভিযোগত অভিযোক্ত কয়দী কেইজনক বিছাৰি মন জিলাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।