সোণাৰিত পুনৰ বন্যহস্তীৰ মৃত্যু।সোণাৰিৰ টাওকাক নদীত উদ্ধাৰ হাতীটোৰ মৃতদেহ । অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাটীটো। অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ কাৰণ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিগত ২১ অক্টোবৰতো সোণাৰিৰ নাফুক চাহ বাগিচাত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breast Cancer: आंटी की मौत से आहत MIT प्रोफेसर ने बनाई ब्रा पर लगने वाला अनोखा डिवाइस | AI Sana
Breast Cancer: आंटी की मौत से आहत MIT प्रोफेसर ने बनाई ब्रा पर लगने वाला अनोखा डिवाइस | AI Sana
Indian Economy के विकास में लोकतंत्र से दिक्कतें? China को लेकर Raghuram ने किताब में ये बताया! GITN
Indian Economy के विकास में लोकतंत्र से दिक्कतें? China को लेकर Raghuram ने किताब में ये बताया! GITN
ধেমাজি আমোলগুৰীত জিলা ক্ৰীড়া সন্থাৰ নিৰ্দেশ মৰ্মে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা গঠন
ধেমাজি আমোলগুৰীত জিলা ক্ৰীড়া সন্থাৰ নিৰ্দেশ মৰ্মে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা গঠন সম্পন্ন...