উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত শোকাৱহ ঘটনা । ভাৰত-চীন সীমান্তৰ সমীপত হোৱা এক ভূমিস্খলনত নিহত সেনা জোৱান। এগৰাকী বিষয়াই জনোৱা মতে ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা পৰি যোৱা শিলৰ খুন্দাত সেনা জোৱানজন নিহত হয় । লগতে আন এজন জোৱানো আহত হয় ।
জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে ঘটনা সন্দৰ্ভত কয় যে জোৱান কেইজনক হৰ্ষিল উপত্যকাৰ এটা সেনা গোটত নিযুক্তি দিয়া হৈছিল । যাৰ বাবে জোৱানসকলে নেলাঙৰ পৰা হৰ্ষিললৈ খোজকাঢ়ি গৈ আছিল । সেই সময়তে তেওঁলোক শিলৰ খুন্দাত আঘাত প্ৰাপ্ত হয় ।শিলৰ খুন্দাত গভীৰ খাদত পৰি নিহত হোৱা সৈনিকজন সুখজিন্দৰ সিং বুলি জানিব পৰা গৈছে । আনহাতে পাটৱালে কয় যে আহত জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জোৱানজনৰ মৃত্যুৰ লগে লগে জম্মুৰ আৰ এছ পুৰাত তেওঁৰ জন্মস্থানত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सफाई कर्मचारियों की भर्ती प्रक्रिया को निरस्त करेगी सरकार, UDH मंत्री झाबर सिंह खर्रा ने दी मंजूरी
सफाई कर्मचारियों की भर्ती को लेकर बड़ी खबर मिल रही है. मौजूदा भर्ती प्रक्रिया को सरकार निरस्त...
गौतम समाज का लहरिया महोत्सव बड़ी धूमधाम से मनाया गया
गौतम समाज का लहरिया महोत्सव बड़ी धूम धाम से मनाया गया
बूंदी । गौतम समाज के महिला...
અટલ બિહારી બાજપેયીના જન્મ દિવસ નિમિત્તે પુષ્પાંજલિ કાર્યક્રમ યોજાયો.
ખંભાતમાં અટલ બિહારી બાજપેયીના જન્મ દિવસ નિમિત્તે પુષ્પાંજલિ કાર્યક્રમ યોજવામાં આવ્યો હતો.જે...