আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নাৰায়ণপুৰৰ ছাত্ৰী উপাসনা বৰুৱা ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিছে উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈকে গোৱাৰ মাৰগাঁৱৰ ৰবিন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা India International Innovation and Invention Expo INEX 2022 প্ৰতিযোগিতাত উপাসনাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দুটাকৈ নিজৰ উদ্ভাৱন উপস্থাপন কৰিছিল । বিশ্বৰ ৰাছিয়া, পোলেণ্ড, ইৰাণ, থাইলেণ্ড আদি দেশবোৰৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত উপাসনাই উপস্থাপন কৰিছিল উদ্ভাৱনা "Molasses from Bhim banana" আৰু Food product from five varietis of bananas specially Bhimkol,Purakol, Cheni champa, Bar Jahaji & Jahaji, substitute to wheat flour. লক্ষীমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ এই মেধাৱী শিক্ষাৰ্থী গৰাকীক এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে মেণ্টৰ হিচাপে আগবঢ়াই লৈ গৈছে তেওঁৰেই শিক্ষা গুৰু যজ্ঞোৰাম বৰাই।গোৱাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী গৰাকীক সংগ দিছিল মেণ্টৰ যজ্ঞোৰাম বৰা আৰু escort হিচাপে শিক্ষয়িত্ৰী মানসী শইকীয়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Viral Video:બે મહિલા સિંગર વચ્ચે મંચ પર જ છૂટા હાથની મારામારી
Viral Video:બે મહિલા સિંગર વચ્ચે મંચ પર જ છૂટા હાથની મારામારી
MCN NEWS| क्रांतीज्योती सावित्रीबाई फुले, ज्ञानज्योती फातिमा शेख यांना फुलेवाडा येथे अभिवादन
MCN NEWS| क्रांतीज्योती सावित्रीबाई फुले, ज्ञानज्योती फातिमा शेख यांना फुलेवाडा येथे अभिवादन
Breaking News: Rajasthan में बड़ा प्रशासनिक फेरबदल, 108 IAS अफसरों के तबादले | Aaj Tak News
Breaking News: Rajasthan में बड़ा प्रशासनिक फेरबदल, 108 IAS अफसरों के तबादले | Aaj Tak News
Year Ender 2024: इस साल की सबसे ज्यादा माइलेज देने वाली गाड़ियां, जानिए किन पांच को किया गया पसंद
top 5 Best Mileage Cars साल 2024 में कई कारें लॉन्च हुई। बहुत सी लग्जरी थी तो बहुत किफायती। हम...
મોઘી વીજળીથી ત્રસ્ત જનતાએ રાહત આપવાની લગાવી ગુહાર
મોઘી વીજળીથી ત્રસ્ત જનતાએ રાહત આપવાની લગાવી ગુહાર