নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকীৰ হাটীপতিত ভয়ংকৰ দূৰ্ঘটনা
ৰখাই থোৱা ট্ৰেইলাৰ বাহনত তীব্ৰবেগী পালচাৰৰ খুণ্ডা ।
উক্ত দূৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী বাবলু মুণ্ডা (৩৪) আৰু সোণটো মুণ্ডা (২৬)ক চিকিৎসা লয়লৈ নিয়াৰ পথত মৃত্যু ৷
মেকিপুৰৰ ফালৰ পৰা গেলেকী মইনাটিং অভিমুখে গৈ আছিল বাইক আৰোহী দুজন।
ৰখাই থোৱা ট্ৰেইলাৰ বাহন খনৰ নম্বৰ As 06 Ac 3896 আৰু পালচাৰ মটৰচাইকেল খনৰ নাম্বাৰ As 06 N 2352 ৷