চৰাইদেউ জিলাৰ টেঙাপুখুৰীত আৰুণাচলী সুৰা জব্দ৷

আৰক্ষীয়ে খেদি খেদি আটক কৰিলে বিলাসী বাহন সহ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷

টেঙাপুখুৰী আৰক্ষীৰ অভিযান আটক হয় ভালেসংখ্যক সুৰাৰ বটল ৷

আমগুৰি হালোৱাটিং পৰা চৰাইদেউ জিলাৰ সোণাৰি দিশে অবৈধ সুৰা খনি কঢ়িয়াই আনিছিল বাহন খনত৷

ঘটনাস্থলীত পৰা চালক সহ এজন লোকৰ পলায়ন।

বৰ্তমান আৰক্ষী জিম্মাত বিলাসী বাহন ৷ আৰক্ষীৰ অনুসন্ধান অব্যাহত।