সোনাৰি নগৰৰ মাজ মজিয়াৰ আৰক্ষী অধীক্ষক কাৰ্য্যলয়ৰ সন্মুখতে এটা প্ৰাপ্তবয়স্ক বান্দৰে ধোদৰআলি পথ অতিক্ৰম কৰিবলৈ লওতে এখন তীব্ৰ বেগী বলেৰো পিকআপ বাহনে খুন্দিয়াই গুৰুত্ব ৰ ভাবে আঘাত প্ৰাপ্ত কৰে । পথৰ ওপৰত চটফটাই থকা বান্দৰটোক একাংশ ৰাইজে চাই থকা সময়তে আন এখন নেন বাহনে বান্দৰটোৰ মুৰৰ ওপৰেদি চকা তুলি নিয়াৰ ফলত বান্দৰটো পথৰ ওপৰতে চটফটাই অৱশেষত মৃত্যুক আকোৱালি লয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিক্ষামন্ত্ৰী ডা ৰনোজ পেগুৰ উপস্থিতিত সফল সামৰণি দ'লবাগান উ: মা বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান
শতবৰ্ষ অতিক্ৰম কৰা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান দেওবাৰে সমাপ্ত হয়।...
কলিয়াবৰ কুঁৱৰীটোলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
কলিয়াবৰ কুঁৱৰীটোলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
মৰিগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সোনালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠান
মৰিগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সোনালী জয়ন্তী উপলক্ষে মহাঅষ্টমীৰ সন্ধিয়া অনুষ্ঠিত হৈছে...