সোনাৰি নগৰৰ মাজ মজিয়াৰ আৰক্ষী অধীক্ষক কাৰ্য্যলয়ৰ সন্মুখতে এটা প্ৰাপ্তবয়স্ক বান্দৰে ধোদৰআলি পথ অতিক্ৰম কৰিবলৈ লওতে এখন তীব্ৰ বেগী বলেৰো পিকআপ বাহনে খুন্দিয়াই গুৰুত্ব ৰ ভাবে আঘাত প্ৰাপ্ত কৰে । পথৰ ওপৰত চটফটাই থকা বান্দৰটোক একাংশ ৰাইজে চাই থকা সময়তে আন এখন নেন বাহনে বান্দৰটোৰ মুৰৰ ওপৰেদি চকা তুলি নিয়াৰ ফলত বান্দৰটো পথৰ ওপৰতে চটফটাই অৱশেষত মৃত্যুক আকোৱালি লয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গৌৰীসাগৰত দলৱদ্ধ ভাৱে অসহায় মহিলাক ধৰ্ষণ কৰিলে পাঁচ লম্পটে
শিৱসাগৰ জিলাৰ দিখৌমুখৰ পাঁচ লম্পটে এগৰাকী অসহায় মহিলাক ধৰ্ষণ কৰি গৌৰীসাগৰ আৰক্ষীৰ হাতত...
শোণিতপুৰৰ গুদামঘাট আমনিত আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমনকাৰী মুল অভিযুক্ত আনোৱাৰ হুছেইনৰ বাসগৃহত অভিযান
শোণিতপুৰৰ গুদামঘাট আমনিত আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমনকাৰী মুল অভিযুক্ত আনোৱাৰ হুছেইনৰ বাসগৃহত অভিযান
শুভ মহালয়াআজি ধৰালৈ আগমন ঘটিব দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাৰ | #joymadurga #assampatrika ||
শুভ মহালয়াআজি ধৰালৈ আগমন ঘটিব দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাৰ | #joymadurga #assampatrika ||
भिगवण पोलीसांची सिंघम स्टाईलने जयकांत शिखरेच्या वेश्याव्यवसायाच्या अड्ड्यावर धडक आणि कडक कारवाई
भिगवण पोलीसांची सिंघम स्टाईलने जयकांत शिखरेच्या वेश्याव्यवसायाच्या अड्ड्यावर धडक आणि कडक कारवाई
धरती फटी या बादल? इस देश में एक रात में 10 हजार लोग कहां और कैसे गायब हो गए? Libya Flood
धरती फटी या बादल? इस देश में एक रात में 10 हजार लोग कहां और कैसे गायब हो गए? Libya Flood