শতবৰ্ষ অতিক্ৰম কৰা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান দেওবাৰে সমাপ্ত হয়। তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ অন্তিমটো দিনত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। উদযাপন সমিতিৰ সভাপতি, বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুৰ লগতে কেবিনেট মন্ত্ৰীদ্বয় যোগেন মহন, বিমল বড়াৰ লগতে সাংসদ তপন কুমাৰ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওপৰিও বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। মুকলি সভাত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધોળકા :- સેવાનું કાર્ય ,, ઉનાળા નો પ્રારંભ થતા જ પીવાના પાણી ની પરબ શરૂ..
ધોળકામાં ઉનાળાનો પ્રારંભ થતાં જ અંજુમન સંસ્થા દ્વારા ત્રણ સ્થળો એ પીવાના પાણીની પરબો શરૂ કરવામાં...
વાવ ગંભીરપુરા સબસેન્ટર ના કામમાં થઈ રહી છે મોટી ગેરરીતિઓ
વાવ ગંભીરપુરા સબસેન્ટર ના કામમાં થઈ રહી છે મોટી ગેરરીતિઓ
उप राष्ट्रीय प्लस पोलियों टीकाकरण दिवस 8 दिसम्बर को जिला टास्क फ़ोर्स बैठक सम्पन्न
*बून्दी*
*फ़रीद खान✍️*
*उप राष्ट्रीय पोलियो टीकाकरण अभियान में सक्रिय सहभागिता निभाएं -...
નેશનલ પ્રેસ એસોસીએશન પ્રદેશ પ્રમુખ હરજીભાઈ બારૈયાએ શ્રી હરિ ગૌશાળા રૂ ૨૧૦૦૦ નું અનુંદાન આપી જન્મદિવસ ઉજવ્યો .
હરજીભાઈ બારૈયા ના જન્મદિવસ નિમિત્તે શ્રી હરિ ગૌશાળામાં સુકોચારો 21000 હજાર નું અનુદાન આપી ગાયમાતા...
মিৰ্জাত প্ৰায় এক কোটি টকাৰ হেৰ'ইন জব্দ
কামৰূপৰ মিৰ্জাত বহু পৰিমাণৰ হেৰ'ইন জব্দ৷ ৫টা চাবোনৰ বাকচত উদ্ধাৰ ৭০ গ্ৰাম হেৰ'ইন৷ জব্দকৃত...