টিংখাঙৰ নামদাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বনগাঁৱত বছৰ বছৰ ধৰি বসবাস কৰাৰ লগতে কৃষিকৰ্মৰে স্বাৱলম্বী গঞা ৰাইজ এতিয়া উচ্চেদৰ আশংকাত ভূগিব লগীয়া হৈছে ৷ অঞ্চলটোৰ মুঠ ২০ হেক্টৰ ভূমিত শেহতীয়াকৈ বন বিভাগৰ দ্বাৰা বনানিকৰণৰ আঁচনি গ্ৰহন কৰাৰ পাছতে কৃষিকৰ্মৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে বনবিভাগে ৷ বছৰ বছৰ ধৰি নামদাং বনাঞ্চলৰ এলেকাধীন উক্ত অঞ্চলত বিভিন্ন কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা খিলঞ্জীয়া লোকসকলক প্ৰথমে বন বিভাগে বনানিকৰণৰ জৰিয়তে উপকৃত হ'ব বুলি আশা দেখুৱাইছিল যদিও শেহতীয়াকৈ কাটা তাঁৰৰ বেৰা নিৰ্মাণ কৰাত শংকিত হৈ পৰিছে ৰাইজ ৷ এই সন্দৰ্ভত উক্ত অঞ্চলত বসবাস আৰু কৃষিকৰ্ম কৰা প্ৰায় শতাধিক পৰিয়ালে অসম চৰকাৰলৈ ব্যৱস্থা গ্ৰহনৰ আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જંબુસરના ભરકોદ્રા કંસાગરના ખેડૂતોની નહેર ખાતામાં જમીન સંપદાન કરવા નો મામલો
જંબુસરના ભરકોદ્રા કંસાગરના ખેડૂતોની નહેર ખાતામાં જમીન સંપદાન કરવા નો મામલો
Exit Poll Results: Chhattisgarh में कौन मारेगा बाजी, BJP-Congress ने किया जीत का दावा | Aaj Tak News
Exit Poll Results: Chhattisgarh में कौन मारेगा बाजी, BJP-Congress ने किया जीत का दावा | Aaj Tak News
જિલ્લા ગ્રામ વિકાસ એજન્સી તથા રૂડસેટ સંસ્થાના સંયુક્ત ઉપક્રમે બ્યુટી પાર્લર મેનેજમેન્ટ તાલીમ કાર્યક્રમ યોજાયો
જિલ્લા ગ્રામ વિકાસ એજન્સી તથા રૂડસેટ સંસ્થાના સંયુક્ત ઉપક્રમે બ્યુટી પાર્લર મેનેજમેન્ટ તાલીમ...
জাপানত উদ্বেগজনকভাৱে বৃদ্ধি মহামাৰী কৰোনাত আক্রান্তৰ সংখ্যা
টকিঅ', ২০ আগষ্ট। জাপানত কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পুনৰ জাপানত কৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে...
PM's 100 days in third term has opened new horizons in the country : Chugh
BJP national general secretary Tarun Cugh today said that it was a divine coincidence that...