টিংখাঙৰ নামদাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বনগাঁৱত বছৰ বছৰ ধৰি বসবাস কৰাৰ লগতে কৃষিকৰ্মৰে স্বাৱলম্বী গঞা ৰাইজ এতিয়া উচ্চেদৰ আশংকাত ভূগিব লগীয়া হৈছে ৷ অঞ্চলটোৰ মুঠ ২০ হেক্টৰ ভূমিত শেহতীয়াকৈ বন বিভাগৰ দ্বাৰা বনানিকৰণৰ আঁচনি গ্ৰহন কৰাৰ পাছতে কৃষিকৰ্মৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে বনবিভাগে ৷ বছৰ বছৰ ধৰি নামদাং বনাঞ্চলৰ এলেকাধীন উক্ত অঞ্চলত বিভিন্ন কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা খিলঞ্জীয়া লোকসকলক প্ৰথমে বন বিভাগে বনানিকৰণৰ জৰিয়তে উপকৃত হ'ব বুলি আশা দেখুৱাইছিল যদিও শেহতীয়াকৈ কাটা তাঁৰৰ বেৰা নিৰ্মাণ কৰাত শংকিত হৈ পৰিছে ৰাইজ ৷ এই সন্দৰ্ভত উক্ত অঞ্চলত বসবাস আৰু কৃষিকৰ্ম কৰা প্ৰায় শতাধিক পৰিয়ালে অসম চৰকাৰলৈ ব্যৱস্থা গ্ৰহনৰ আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vibrant Gujarat Global Summit: भारत में Micron बढ़ाएगा निवेश, गुरचरण सिंह से खास बातचीत | News
Vibrant Gujarat Global Summit: भारत में Micron बढ़ाएगा निवेश, गुरचरण सिंह से खास बातचीत | News
સુરતમાંથી ઝડપાયું કોલ સેંટર, મેમ્બરશિપ આપવાની આપતા લાલચ
સુરતમાંથી ઝડપાયું કોલ સેંટર, મેમ્બરશિપ આપવાની આપતા લાલચ
પાલનપુર નગરપાલિકા પ્રમુખ તરીકે કિરણબેન રાવલએ ચાર્જ સંભાળ્યો
પાલનપુર નગરપાલિકા પ્રમુખ તરીકે કિરણબેન રાવલએ ચાર્જ સંભાળ્યો