যোৱা সাতৰ পৰা ওঠৰ নবেম্বৰলৈ তেৰদিনীয়াকৈ আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱ৷বিগত দুটা বছৰে অতিমাৰী কৰোনাই জৰ্জড়িত কৰা ৰাইজে এইবেলি মুকলিমূৰীয়াকৈ ওলাই আহিছে ৰাস মহোৎসৱ উপভোগ কৰিবলৈ৷ৰাসকলৈ অসংখ্য খাদ্য সম্ভাৰৰ লগতে অসংখ্য অস্থায়ী বিপনী স্থাপন কৰিছে৷ৰাস যাত্ৰীয়ে উক্ত অস্থায়ী আৰু স্থায়ী ব্যৱসায় প্ৰতিষ্ঠানত ভীৰ কৰা দেখা গৈছে৷বিশেষকৈ অস্থায়ী ভাবে প্ৰতিষ্ঠা কৰা থলুৱা পিঠাপনাৰ বিপনীত অসংখ্য ৰাইজৰ সমাবেশেে উৎসাহীত কৰিছে উক্ত ক্ষুদ্ৰ ব্যৱসায়ী সকলক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાલોલ તાલુકાના વેજલપુરમાં આવેલા મોટા પરા વિસ્તારમાં કાળોતરો સાપ બાઇક માં ઘુસી જતા રેસ્ક્યૂ કરાયુ
કાલોલ તાલુકાના વેજલપુરમાં આવેલા મોટા પરા વિસ્તારમાં અચાનક કાળોતરો સાપ બાઇક માં ભરાતા તેની જાણ...
बूंदी विधायक नगर परिषद मे हो रहे भ्रष्टाचार पर मौन क्यो है- भाजपा जिलाध्यक्ष
बून्दी। भाजपा जिलाध्यक्ष सुरेश अग्रवाल ने पत्रकार वार्ता के दौरान कहा कि नगर परिषद के कांग्रेस...
চ্যুকাফা দিৱস উপলক্ষ্যে মৰাণ টাইপাৰ উদ্যোগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ...
Ayodhya Ram Mandir પ્રાણ પ્રતિષ્ઠા સમારોહ| Mumbai Shivaji Park શણગારવામાં આવ્યો| Shivaji Park Dadar
Ayodhya Ram Mandir પ્રાણ પ્રતિષ્ઠા સમારોહ| Mumbai Shivaji Park શણગારવામાં આવ્યો| Shivaji Park Dadar