বানত ডুবি আছে মৰনৈ গাওঁৰ পঞ্চায়তৰ ভেট তলি গাৱঁৰ বহুসংখ্যক পৰিয়াল।ৰাজ্য জুৰি অব্যাহত আছে বানৰ তাণ্ডৱ।ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তৃনৰ অঞ্চল।সমান্তৰাল ভাবে ঢকুৱাখনা বিধান সভা সমষ্টিৰ মৰনৈ গাওঁ পঞ্চায়ত ৰ ভেটতলি গাঁৱটো অপৰিবৰ্তীত ৰূপত বানত প্লাবিত হৈ আছে।বানত ডুবি আছে শতাধিক পৰিয়াল ।গৃহবন্দী হৈ পৰিছে ৰাইজ ।যাৰ বাবে খাদ্য ,পানীকে ধৰি জীৱন নিৰ্বাহ কৰাত সমস্যাৰে জৰ্জৰিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ ।খাবলৈ নাপাই হাহাঁহকৰ কৰি আছে জনসাধাৰণ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कांग्रेस और आप की राहें जुदा,बीजेपी ने कसा तंज,अभी-अभी निकाह हुआ,अब तलाक भी हो गया
लोकसभा चुनाव परिणाम आते ही इंडिया गठबंधन बिखरता नजर आ रहा है। आम आदमी पार्टी के नेता गोपाल राय ने...
હોમગાર્ડના ડિવિઝન કમાન્ડર એમ.પી.શાહનો રૂપિયાની લેતીદેતી અને ખોટી હાજરીઓ ભરવાનું રેકોર્ડિંગ વાયરલ !
હોમગાર્ડના ડિવિઝન કમાન્ડર એમ.પી.શાહનો રૂપિયાની લેતીદેતી અને ખોટી હાજરીઓ ભરવાનું રેકોર્ડિંગ વાયરલ !
Bihar Floor Test Updates: RJD के दो विधायकों के फोन स्विच ऑफ, BJP ने किया बड़ा दावा | Aaj Tak
Bihar Floor Test Updates: RJD के दो विधायकों के फोन स्विच ऑफ, BJP ने किया बड़ा दावा | Aaj Tak
Stock Selection For Election: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?
Stock Selection For Election: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?