ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিব। অভিভাৱক সমাজে সহযোগ কৰিব। গৰুৰ হাল সাজু কৰা হৈছে। নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰক। নাঙল-যুঁৱলি, মৈ, শলমাৰি, জোঁত-জৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইচাকি কঠিয়া থাকে, আদি জানক। পকা কঁঠাল, ভজা পিঠা কলপটুৱাৰ ডোঙত খাব। ছাত্ৰ-ছাত্ৰী সকলে জানক কৃষিজীৱী মানুহৰ পথাৰৰ জলপান কি হ’ব পাৰে। অভিভাৱকে ল’ৰা-ছোৱালীক অনুভৱ কৰাৰ সুযোগ দিয়ক দ পথাৰ-বাম পথাৰৰ পাৰ্থক্য; দ পথাৰত ভুঁই ৰোওঁতে দ জোকে কেনেকৈ ধৰে; পথাৰৰ নতুনকৈ দিয়া আলিত বহি চাহ-জলপান খোৱাৰ কি আনন্দ!
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેમદાવાદ ;વાઠવાડી ખાતે ETS રકુલ નો શુભારભ કરવામાં આવ્યો
મહેમદાવાદ ;વાઠવાડી ખાતે ETS રકુલ નો શુભારભ કરવામાં આવ્યો
ग्राम विकासाला प्राधान्य......
सौ.जयश्री गोकुळ आठवले
नुकताच माळेगाव नकी व धरमवाडी गट ग्रामपंचायत चा कार्यकाळ संपत आला.त्या अनुषंगाने ग्राम पंचायत...
દેશી દારૂ ના નશામાં ધુત? મિત્રએ મિત્રની કરી હત્યા શા માટે થઈ હત્યા શું છે? મામલો NASVADI DESI DAARU
દેશી દારૂ ના નશામાં ધુત? મિત્રએ મિત્રની કરી હત્યા શા માટે થઈ હત્યા શું છે? મામલો NASVADI DESI DAARU