ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিব। অভিভাৱক সমাজে সহযোগ কৰিব। গৰুৰ হাল সাজু কৰা হৈছে। নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰক। নাঙল-যুঁৱলি, মৈ, শলমাৰি, জোঁত-জৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইচাকি কঠিয়া থাকে, আদি জানক। পকা কঁঠাল, ভজা পিঠা কলপটুৱাৰ ডোঙত খাব। ছাত্ৰ-ছাত্ৰী সকলে জানক কৃষিজীৱী মানুহৰ পথাৰৰ জলপান কি হ’ব পাৰে। অভিভাৱকে ল’ৰা-ছোৱালীক অনুভৱ কৰাৰ সুযোগ দিয়ক দ পথাৰ-বাম পথাৰৰ পাৰ্থক্য; দ পথাৰত ভুঁই ৰোওঁতে দ জোকে কেনেকৈ ধৰে; পথাৰৰ নতুনকৈ দিয়া আলিত বহি চাহ-জলপান খোৱাৰ কি আনন্দ!
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Telecom Share: टेलीकॉम कंपनी बढ़ा सकती है टैरिफ- वोडाफोन आइडिया के शेयर का नया टारगेट जारी
Telecom Share: टेलीकॉम कंपनी बढ़ा सकती है टैरिफ- वोडाफोन आइडिया के शेयर का नया टारगेट जारी
रावण का हुआ दहन आतिशबाजी पर उठे सवाल
25 सेकंड में रावण के पुतले का हुआ दहन, आतिशबाजी पर उठे सवाल
नैनवां नगर पालिका के तत्वाधान...
ৰহাৰ লেখক,কবি লক্ষী প্ৰসাদ ডেকা লৈ গোপাল আতা সাহিত্য বঁটা প্ৰদান।
সাহিত্য সাংস্কৃতি ক্ষেত্ৰখনৰ অগ্ৰণী অনুষ্ঠান সাধনা সাহিত্য গোষ্ঠী,টিহু নলবাৰী ৰ দ্বাৰা অনুষ্ঠিত...
Upcoming Sedans: Maruti, Honda और Skoda इस साल लॉन्च करेंगी 3 नई सेडान, जानें डिटेल्स
तीसरी पीढ़ी की Honda Amaze इस साल के अंत में त्यौहारी सीजन के आसपास पेश की जा सकती है। इसके...
চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি মৰাণ পালেহি পশ্চিমবঙ্গৰ মাধাই পাল
চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি মৰাণ পালেহি পশ্চিমবঙ্গৰ মাধাই পাল