৮৯ সংখ্যাক নলবাৰী ৰাস মহোৎসৱত মংগলবাৰে গধুলী আহি উপস্থিত হয় বলিউদৰ প্ৰখ্যাত জ্যেষ্ঠ কৌতুক অভিনেতা গোবৰ্ধন আছৰানি৷যোৱা ১৪ নবেম্বৰত বলিউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীৰ পিচতে কালি আছৰানি আহি উপস্থিত হোৱাত অজস্ৰ ৰাইজে প্ৰত্যক্ষ কৰাৰ বাবে হেতাওপৰা লগাই৷উল্লেখযোগ্য যে এইবেলিৰ ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱত দুজনকৈ বলিউদী তাৰকাৰ উপস্থিত হোৱাটো মনকৰিবলগীয়া৷কালি আছৰানিয়ে ইটোৰ পিচত সিটো ৰসাল কথাৰে আমোদ দিয়ে ৰাইজক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મેડિકલ ટુરિઝમમાં ભારત દુનિયાને પાછળ છોડી રહ્યું છે, ટોપ 10 દેશોમાં મેળવ્યું સ્થાન
ભારતમાં ઘણા સુંદર પર્યટન સ્થળો છે, જ્યાં દુનિયાભરના લોકો ફરવા આવે છે. પરંતુ શું તમે જાણો છો કે...
Jammu Kashmir: डल झील में 'तिरंगा शिकारा रैली' का आयोजन, देखें खूबसूरत नजारा |
Jammu Kashmir: डल झील में 'तिरंगा शिकारा रैली' का आयोजन, देखें खूबसूरत नजारा |
पाटोदा येथील घटनेतील तीन संशयितांवर गुन्हा दाखल पोलीस निरीक्षक रणजीत भोईटे
पाटोदा येथील घटनेतील तीन संशयितांवर गुन्हा दाखल पोलीस निरीक्षक रणजीत भोईटे