সোমবাৰে ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱলৈ বলিউদৰ মোহময়ী অভিনেত্ৰী ড্ৰিমগাৰ্ল হেমা মালিনীক আদৰি অনা দৃশ্য আছিল অতি আকৰ্ষনীয়৷উল্লেখযোগ্য যে অভিনেত্ৰী তথা ভগবান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ সাংসদ হেমা মালিনীক চহৰৰ গনেশ মন্দিৰ চকৰ পৰা এক পুস্পসজ্জিত বাহনৰে ৰাস খলালৈ আদৰি আনে৷অজস্ৰ উৎসুক জনতাৰ অভিবাদন আৰু শুভেচ্ছা লৈ ৰাসখলাৰ সাংস্কৃতিক মঞ্চত উপবিষ্ট হয় অভিনেত্ৰী গৰাকী৷মনকৰিবলগীয়া যে অভিনেত্ৰী গৰাকীক চোৱাৰ হেপাঁহেৰে দুপৰীয়াৰে পৰা অসংখ্য উৎসুক জনতাই ভীৰ কৰা দেখা গৈছে৷চহৰৰ প্ৰতিটো পথ উপপথতে ৰাইজৰ লানিনিচিঙা সোত৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিৰ টিমন বৰটানি নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন
প্ৰতিকুল বতৰৰ পাছতো হৰি নামৰ ৰসত বুৰ গ'ল সোণাৰি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিত জগতগুৰু...
Virat Kohli 29th Hundred: विराट कोहली ने खत्म किया सूखा...1677 दिनों बाद विदेशी धरती पर जड़ा शतक
Virat Kohli 29th Hundred: Team India के स्टार बल्लेबाज Virat Kohli ने West Indies के खिलाफ टेस्ट...
CNG कार के मालिक जरूर रखें इन 3 बातों का खास ख्याल, फॉलो करके बढ़ा सकते हैं गाड़ी की लाइफ
सीएनजी कारों की देखभाल भी अधिक करनी पड़ती है। आप इन टिप्स को फॉलो करके आप अपनी सीएनजी कार की लाइफ...