সোণাৰিত টাইপাৰ চাৰি বিষয়ববীয়াক আটক

সোণাৰিত ৪ জন বন্ধ সমৰ্থকক আটক।বন্ধ সমৰ্থন কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰোঁতেই ৪ গৰাকী টাইপা নেতাক আটক কৰে সোণাৰি আৰক্ষীয়ে।টাইপা নেতাগৰাকী হৈছে ভৱানন্দ বৰগোহাই,যুটীয়া সম্পাদক,চৰাইদেউ জিলা টাইপা, প্ৰাণজিত মহন আৰু প্ৰজ্ঞান মহন,সহ সম্পাদকদ্বয়,জিলা টাইপা আৰু বাস্তৱ ফুকন,সভাপতি ডবা আঞ্চলিক টাইপা।