জামুগুৰিহাটৰ বহু কৃষি পথাৰ এইবাৰ ছনে পৰাৰ শংকাই দেখা দিছে। কিয়নো শাওনৰ পথাৰত জামুগুৰিহাটৰ বহু কৃষি পথাৰত ৰুবলৈ নাই কঠিয়া। জেঠৰ মাহত কঠিয়া ডাঙৰ হোৱাৰ সময়ত এইবাৰ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত বহু স্থানত সিচা কঠিয়া পানীৰ তলত বুৰ গৈ মৰি যোৱাৰ ফলত কঠিয়াৰ নাটনিয়ে দেখা দিছে কৃষকৰ মাজত। অঞ্চলটোৰ বৰপথাৰ,চকীঘাট পথাৰকে ধৰি বহু পথাৰত কৃষকে এতিয়া কঠিয়াৰ অভাৱৰ বাবেই খেতি কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে।ইফালে যি সমূহ পথাৰত কৃষকে ইতিমধ্যে ৰোপন কাৰ্য সম্পন্ন কৰিছে সেই সমূহ পথাৰতো সূৰ্যৰ প্ৰখৰ তাপৰ বাবে পানী শুকাবলৈ লোৱাত চিন্তিত হৈ পৰিছে চহা খেতিয়ক সকল। গভীৰ শংকা আৰু অনিশ্চয়তাত ভোগা এই সকল কৃষকক ৰাজ্যৰ কৃষি বিভাগৰ তৰফৰ পৰা কঠিয়াৰ যোগান ধৰি ধান খেতিৰ পথাৰডৰা সেউজীয়া কৰাত সহযোগিতা আগবঢ়াবলৈ দাবী জনাইছে কৃষক ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Pawan Khera PC: 'आज Modi राज में 'B कंपनी' आ गई है' | Mahayuti Sarkar | CM Eknath Shinde | Aaj Tak
Pawan Khera PC: 'आज Modi राज में 'B कंपनी' आ गई है' | Mahayuti Sarkar | CM Eknath Shinde | Aaj Tak
How To Cure Hormonal Imbalance Naturally | 8 Tips To Balance Your Hormones | Shivangi Desai
How To Cure Hormonal Imbalance Naturally | 8 Tips To Balance Your Hormones | Shivangi Desai
વરસાદની આગાહી !!! હજુ આગામી 24 કલાક ભારે વરસાદની શક્યતા
હવામાન વિભાગની આગાહી અનુસાર, ગુજરાતમાં હજુ આગામી 24 કલાક ભારે વરસાદની શક્યતા રહેલી છે. હવામાન...