অহা ২০২৩ চনৰ এক জানুৱাৰীত ভিত্তি তাৰিখ হিচাবে লৈ ৫ জানুৱাৰী, ২০২৩ তাৰিখে প্ৰকাশ পাব লগীয়া ফটো যুক্ত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কামৰ বাবে দৰং জিলাত বিএল অ আৰু আশা কৰ্মী সকৰক সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । আজি মঙলদৈ জিলা পুথিভঁৰালত এই প্ৰশিক্ষণ দিয়ে মঙলদৈ জিলা নিৰ্বাচনী বিষয়াই । জিলাখনৰ মঙলদৈ , ছিপাঝাৰ , দলগাও আৰু কলাইগাও বিধান সভা সমস্টিৰ মুঠ ১০০০ গৰাকী বিএল অ আৰু আশা কৰ্মীক প্ৰশিক্ষণ দিয়া হয় ।   এই অনুসৰি নতুন ভোটাৰৰ নাম তালিকাত অন্তৰ্ভূক্ত,  মতকৰ নাম কৰ্তন,  ফটোযুুুক্তপৰিচয় পত্ৰৰ শুধৰণি আদিৰ কাম নিৰ্দিষ্ট পপত্ৰ পূৰণৰ জৰিিয়ত নিজৰ নিজৰ বুথ কেন্দ্ৰ সমুহত আবেদন কৰাৰ পিছত শুদ্ধকৈ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় । 

মঙলদৈৰ নিৰ্বাচনী  বিষয়া পি পি শইকীয়া উপস্থিত থকা

এই প্ৰশিক্ষণত তেও কয় যে এতিয়াৰ পৰা  এই সংশোধনীৰ ভিত্তি তাৰিখ বছৰত পূৰ্বৰ মাত্ৰ এটা  তাৰিখ এক জানুৱাৰী হোৱাৰ বিপৰীতে এতিয়াৰ পৰা এক জানুৱাৰী ,