গড়মূৰ চিতাদাৰ চাৰিআলিত দলৰ এটা কাৰ্যালয় আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে দলৰ ৰাজ্যিক মুখপাত্ৰ তথা মাজুলীৰ জিলাৰ তত্বাবধায়ক টি এন প্ৰাণ আৰু জিলা সভাপতি বিষ্ণুপ্ৰসাদ দেউৰীয়ে । কাৰ্যসূচীত উপস্থিত থাকে জিলা সাঃসম্পাদক প্ৰাণজিৎ মাজুলীয়ান,উপ সভাপতি ললিত দত্ত, ভীমৰাজ কামান, বদন দাস, তথ্য আৰু প্ৰচাৰ সম্পাদক ৰাজীৱ অসম শইকীয়া, দেৱৰাজ পগাগ, জয়ন্ত পগাগ, নিবানন্দ পগাগ, উমেশ পায়েং, ভোগেশ্বৰ বৰাকে আদি কৰি বহুতো দলীয় সতীৰ্থ। সকলো দলীয় সতীৰ্থকে দলৰ কামবোৰ দূৰ্তগতিত আগবঢ়াই নিবলৈ আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Palestine War : भारत में मौजूद इसराइल-फ़लस्तीनी राजदूत Hamas पर क्या बोले (BBC Hindi)
Israel Palestine War : भारत में मौजूद इसराइल-फ़लस्तीनी राजदूत Hamas पर क्या बोले (BBC Hindi)
ধিং আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
👉 ধিং আৰক্ষীৰ অভিযানত নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ।👉 গ্ৰেপ্তাৰ কৰা ড্ৰাগছ...
ಶಿಕ್ಷಣ ತಜ್ಞರಾದ ಡಾ. ಗುಲ್ಷಷದ್ ಅಹಮದ್ ಅವರನ್ನು ವಿಧಾನ ಪರಿಷತ್ ಸದಸ್ಯರನ್ನಾಗಿ ಮಾಡಬೇಕೆಂದು ಒತ್ತಾಯಿಸಿದರು.
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಮುಸ್ಲಿಂ ಜನಾಂಗದ ಜಾಗೃತ ವೇದಿಕೆ' ಸದಸ್ಯರು...
બનાસકાંઠા જિલ્લામાં વિશ્વ હિન્દુ પરિષદ દ્વારા હિન્દુ હિતચિંતક અભિયાનની શરૂઆત
બનાસકાંઠા જિલ્લામાં વિશ્વ હિન્દુ પરિષદ દ્વારા હિન્દુ હિતચિંતક અભિયાનની શરૂઆત