সম্প্ৰতি লোকেলোকাৰণ্য হৈ পৰিছে ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ৷জনসমুদ্ৰত পৰিনত হৈছে পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰি৷উল্লেখ্য যে বিগত দুটা বছৰে কৰ’না মহামাৰীৰ কৰাল গ্ৰাসত স্তব্ধ হৈ পৰিছিল সকলো উৎসৱ পাৰ্বন৷এই সকলো ৰাইজে কিছুপৰিমাণে হলেও মুকলি অনুভৱ কৰি হিলদলভাঙি ওলাই আহিছে শৰৎতৰ উৎসৱত৷ব্যৱসায় বানিজ্য সকলোতে সুন্দৰ পৰিবেশ বিৰাজ কৰিছে৷ইতিমধ্যে নলবাৰীৰ ৰাস মহোৎসৱলৈ বলিউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী আৰু কৌতুক সম্ৰাট আশ্ৰানি অংশ লোৱাৰ লগতে বহুতো মন্ত্ৰী বিধায়ক,সাংসদৰ উপস্থিতিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના ધારાસભ્ય ઓસ્ટ્રેલિયાથી આવતાની સાથે જ નાયબ કલેક્ટર કચેરી ખાતે વાવાઝોડાથી થયેલ નુકસાન અંગે બેઠક
ડીસાના ધારાસભ્ય ઓસ્ટ્રેલિયાથી આવતાની સાથે જ નાયબ કલેક્ટર કચેરી ખાતે વાવાઝોડાથી થયેલ નુકસાન અંગે બેઠક
Refurbished Laptop Tips: रिफर्बिश्ड लैपटॉप खरीदते वक्त रखें इन चीजों का ध्यान, नहीं होगा नुकसान
रिफर्बिश्ड लैपटॉप खरीदने की प्लानिंग कर रहे हैं तो आपको कुछ चीजों का खास ख्याल रखना चाहिए। अगर...
Chhattisgarh News: Congress नेता ने खाली किया सरकारी बंगला, AC, TV, आईना, टोटी गायब | Shiv Dahariya
Chhattisgarh News: Congress नेता ने खाली किया सरकारी बंगला, AC, TV, आईना, टोटी गायब | Shiv Dahariya
Delhi News: Diwali पर MCD कर्मचारियों की मौज AAP ने किया बोनस का ऐलान | Arvind Kejriwal | Aaj Tak
Delhi News: Diwali पर MCD कर्मचारियों की मौज AAP ने किया बोनस का ऐलान | Arvind Kejriwal | Aaj Tak
જસદણ ધારાસભ્ય કુંવરજીભાઈ બાવળીયા એ મોરબી ધટના દુઃખ લાગણી વ્યક્ત કરી
જસદણ ધારાસભ્ય કુંવરજીભાઈ બાવળીયા એ મોરબી ધટના દુઃખ લાગણી વ્યક્ત કરી