সম্প্ৰতি লোকেলোকাৰণ্য হৈ পৰিছে ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ৷জনসমুদ্ৰত পৰিনত হৈছে পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰি৷উল্লেখ্য যে বিগত দুটা বছৰে কৰ’না মহামাৰীৰ কৰাল গ্ৰাসত স্তব্ধ হৈ পৰিছিল সকলো উৎসৱ পাৰ্বন৷এই সকলো ৰাইজে কিছুপৰিমাণে হলেও মুকলি অনুভৱ কৰি হিলদলভাঙি ওলাই আহিছে শৰৎতৰ উৎসৱত৷ব্যৱসায় বানিজ্য সকলোতে সুন্দৰ পৰিবেশ বিৰাজ কৰিছে৷ইতিমধ্যে নলবাৰীৰ ৰাস মহোৎসৱলৈ বলিউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী আৰু কৌতুক সম্ৰাট আশ্ৰানি অংশ লোৱাৰ লগতে বহুতো মন্ত্ৰী বিধায়ক,সাংসদৰ উপস্থিতিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહીસાગર જિલ્લામાં ડ્રોન ટેકનોલોજીથી નેનો યુરિયાનો છંટકાવના મળી રહ્યા છે સારા પરિણામો
જિલ્લામાં ૧૧૮ ખેડૂતોએ ૧૯૮ એકરમાં નેનો યુરિયાનો પોતાના ખેતી પાકોમાં ડ્રોન વડે છંટકાવ કરવાની કરી શરૂઆત
રાજ્ય સરકાર ના કૃષિ વિભાગ દ્વારા આયોજીત ડ્રોન ટેકનોલોજી ઇફકો નેના યુરિયા છટકાવ યોજનાનો પ્રારંભ...
પ્રાંતિજ ના દલપુર ખાતે હર્ષોલ્લાસ પૂર્વક ગણેશજી નું વિસર્જન કરાયું
પ્રાંતિજ ના દલપુર ખાતે હર્ષોલ્લાસ પૂર્વક ગણેશજી નું વિસર્જન કરાયું
নাজিৰা বিধান পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন সন্দৰ্ভত আলোচনা ।
নাজিৰা বিধান পৰিষদৰ নাজিৰাস্থিত কাৰ্যালয়ত আগন্তুক দলৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ সন্দৰ্ভত আলোচনা সভাৰ...