আজি শিশু দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখঙটো উদযাপন কৰা হয় শিশু দিৱস। টিংখাং সংহত শিশু উন্নয়ন প্ৰকল্প চক্ৰ চি উদ্যোগত ৩ নং কেছেৰুগুৰি অঙ্গনৱাডী কেন্দ্ৰৰ প্ৰাঙ্গনত শিশু দিৱস উদযাপন কৰা হয়। শিশু দিৱসৰ উপলক্ষে সজাগতা মূলক এক শোভাযাত্ৰা বাহিৰ কৰে। ছাত্ৰ ছাত্ৰী সকলে কবিতা,গীত,বিভিন্ন খেল ধেমালি,বাদ্য যন্ত্ৰ,নৃত্য পৰিবেশন কৰি নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰে | অনুষ্ঠান আৰম্ভ পূৰ্বে নেহেৰু খুড়াৰ প্ৰতিকৃতি শ্ৰদ্ধাঞ্জলি জনায় ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान CM भजनलाल की कैबिनेट बैठक में लिए गए कई बड़े निर्णय, बदल जाएगी प्रदेश की विकास नीति
शनिवार को राजस्थान के मुख्यमंत्री भजनलाल शर्मा की अध्यक्षता में आयोजित कैबिनेट मीटिंग में कई...
শালকাঠনি চাহ বাগিচাৰ ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ
শালকাঠনি চাহ বাগিচাৰ ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ
সোণাৰি সাপেখাতীৰ শালকাঠনি চাহ...
ভজোত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সমদল যাত্ৰা
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে চিআৰপিএফৰ উদ্যোগত সোণাৰিৰ ভজোত সমদল যাত্ৰা উলিওৱা হয়।...
વિધાનસભા ચૂંટણી પહેલાં કોંગ્રેસને વધુ એક ઝટકો
#buletinindia
રસ્તો રોકી પંચ વડે હુમલો કરી જાન થિ મારી નાખવાની ધમકી આપતા સાત વિરુદ્ધ ફરિયાદ નોંધાઇ
નિઘટ ગામ નજીક રસ્તો રોકી પંચ વડે હુમલો કરી જાન થિ મારી નાખવાની ધમકી આપતા સાત વિરુદ્ધ ફરિયાદ...