আজি শিশু দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখঙটো উদযাপন কৰা হয় শিশু দিৱস। টিংখাং সংহত শিশু উন্নয়ন প্ৰকল্প চক্ৰ চি উদ্যোগত ৩ নং কেছেৰুগুৰি অঙ্গনৱাডী কেন্দ্ৰৰ প্ৰাঙ্গনত শিশু দিৱস উদযাপন কৰা হয়। শিশু দিৱসৰ উপলক্ষে সজাগতা মূলক এক শোভাযাত্ৰা বাহিৰ কৰে। ছাত্ৰ ছাত্ৰী সকলে কবিতা,গীত,বিভিন্ন খেল ধেমালি,বাদ্য যন্ত্ৰ,নৃত্য পৰিবেশন কৰি নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰে | অনুষ্ঠান আৰম্ভ পূৰ্বে নেহেৰু খুড়াৰ প্ৰতিকৃতি শ্ৰদ্ধাঞ্জলি জনায় ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પેન્સિલ-રબર અને મારી મેગી કેમ મોંઘી થઈ, બાળકીએ પીએમ મોદીને લખ્યો આ પત્ર
મોંઘવારી અંગે દેશ-વિદેશમાં ઘણી ફિલ્મો બની છે. વાર્તાઓ અને પુસ્તકોમાં તેના વિશે ઘણું લખાયું છે....
Karnataka Election: बेल्लारी में वोटिंग के दौरान बवाल; आपस में भिड़े BJP-कांग्रेस के कार्यकर्ता; एक शख्स घायल
हुबली एजेंसी। कर्नाटक विधानसभा चुनाव के लिए मतदान जारी है। इस बीच कर्नाटक के बेल्लारी...
Jaipur Road Rage में मदद करने आए लड़के को भीड़ ने लाठी-सरिए से क्यों पीट दिया?
Jaipur Road Rage में मदद करने आए लड़के को भीड़ ने लाठी-सरिए से क्यों पीट दिया?
જસદણ ગીતાનગર પાસે ટ્રાવેલ્સ ઓફિસ માંથી એલસીબીએ વિદેશી દારૂ ઝડપી લીધો
જસદણ ગીતાનગર પાસે ટ્રાવેલ્સ ઓફિસ માંથી એલસીબીએ વિદેશી દારૂ ઝડપી લીધો જસદણમાં એલસીબીએ ગીતા નગર...