টিংখাঙৰ শালমাৰী দীঘলীয়াত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে ৰাইজ। অঞ্চলটোৰ অইল তিনিআলিৰ পৰা শালমাৰী দীঘলীয়া গাঁও সংযোগী মূল পথছোৱা দীৰ্ঘ দিন ধৰি অইল কতৃপক্ষৰ হেমাহিৰ বাবে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল বুলি অভিযোগ তূলি ক্ষুব্ধ হৈ উঠিছে অঞ্চলটোৰ শ-শ ৰাইজ। উল্লেখ্য যে শালমাৰী দীঘলীয়াকে ধৰি ইয়াৰ আশে-পাশে থকা বহুকেইখন গাঁৱৰ যাতায়তৰ মূল পথ তথা অইল ইণ্ডিয়াই এই বৃহত্তৰ অঞ্চলত কাৰ্যসম্পাদনত ব্যৱহৃত মূল পথছোৱা যোৱা ২ বছৰ ধৰি পুন: নিৰ্মানৰ নামত অইল কতৃপক্ষৰ দ্বাৰা সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিল। ফলত ধূলিময় আৰু বিধস্ত পথছোৱাৰ বাবে বিদ্যালয়- মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে। সোমবাৰে শালমাৰী দীঘলীয়া যুৱ সমাজৰ উদ্যোগত অঞ্চলটো কেইবাখনো গাঁৱৰ ৰাইজে পুৱাৰে পৰা শালমাৰী ১ নং তেল সংগ্ৰহ কেন্দ্ৰৰ সন্মুখত একত্ৰিত হৈ অইলৰ সকলো ধৰণৰ কাৰ্য সম্পাদন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰাখিছে । অইল ইণ্ডিয়া লিমিটেডে পথ নিৰ্মাণৰ কাম কাৰ্যকৰী তুলিলেহে বন্ধ খূলি দিয়া হ'ব বুলি জনাইছে প্ৰতিবাদী জনতাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુરુમંદિર આગથળાથીહિંગળાજ માના મંદિર14 વિધાનસભાયુથ કોંગ્રેસ દ્વારા પદયાત્રાનું આયોજન કરેલ છે લાખણી
ગુરુમંદિર આગથળાથીહિંગળાજ માના મંદિર14 વિધાનસભાયુથ કોંગ્રેસ દ્વારા પદયાત્રાનું આયોજન કરેલ છે લાખણી
જિલ્લા ગ્રામ વિકાસ એજન્સી તથા રૂડસેટ સંસ્થાના સંયુક્ત ઉપક્રમે બ્યુટી પાર્લર મેનેજમેન્ટ તાલીમ કાર્યક્રમ યોજાયો
જિલ્લા ગ્રામ વિકાસ એજન્સી તથા રૂડસેટ સંસ્થાના સંયુક્ત ઉપક્રમે બ્યુટી પાર્લર મેનેજમેન્ટ તાલીમ...
MCN NEWS| दसरा मेळाव्याची सभा आटपून परतणाऱ्या महिलेचा रस्ता अपघातात मृत्यु
MCN NEWS| दसरा मेळाव्याची सभा आटपून परतणाऱ्या महिलेचा रस्ता अपघातात मृत्यु
ફરીવાર LRD ઉમેદવાર પોતાની પડતર માંગણીઓને લઇ ઉતર્યા મેદાને
ફરીવાર LRD ઉમેદવાર પોતાની પડતર માંગણીઓને લઇ ઉતર્યા મેદાને
ಬೆಂಗಳೂರು ಪೆರಿ ಪೆರಲ್ ರಿಂಗ್ ರಸ್ತೆ ಯೋಜನೆ ಅನುಷ್ಠಾನಗೊಳಿಸಿ ಇಲ್ಲವೇ ಯೋಜನೆ ಕೈ ಬಿಟ್ಟು ರೈತರಿಗೆ NOC ನೀಡಬೇಕು.
ರಾಜ್ಯ ಸರ್ಕಾರವು ಬೆಂಗಳೂರು ಪೆರಿ ಪೆರಲ್ ರಿಂಗ್ ರಸ್ತೆ ಯೋಜನೆಯನ್ನು ಅನುಷ್ಠಾನಗೊಳಿಸಬೇಕು ಇಲ್ಲವೇ ಯೋಜನೆಯನ್ನು ಕೈ...