বালিপৰাত অষ্টম বাৰ্ষিক ৰাস মহোৎসৱত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈছে সমগ্ৰ বালিপৰা অঞ্চল| বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বালিপৰা উন্নয়ন সমিতিৰ সৌজন্যত অনুষ্ঠিত ৰাস উদযাপন স্হলীত হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ || অনুষ্ঠানত কন কন শিশু ,মহিলা ,যুৱক ,যুৱতীয়ে বিভিন্ন চৰিত্র সমূহ সাৱলীল ভাৱে ৰূপায়ন কৰি সকলোকে আপ্লুত কৰি তোলে উল্লেখ্য যে বালিপৰাৰ এই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত ৰূপায়ন কৰে অসমৰ চলচিত্ৰ জগতৰ মহোময়ী অভিনেত্ৰী সুনীতা কৌশিকে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નર્મદા : ભાજપના પૂર્વ ધારાસભ્ય હર્ષદ વસાવાના ગંભીર આક્ષેપ.... જુઓ વિડિયો
નર્મદા : ભાજપના પૂર્વ ધારાસભ્ય હર્ષદ વસાવાના ગંભીર આક્ષેપ.... જુઓ વિડિયો
মঙ্গলদৈ আউলাচৌকাত হাবিৰ মাজৰ পৰা তানি উলিয়াই আনিলে এডাল বৃহৎ অজগৰ সাপ।
মঙ্গলদৈ আউলাচৌকাত হাবিৰ মাজৰ পৰা তানি উলিয়াই আনিলে এডাল বৃহৎ অজগৰ সাপ।
उनियारा उपखण्ड अधिकारी एक्शन मोड मे सुबह किया कार्यालयों का निरीक्षण तो दिन मे लिया ब्लॉक मे फसल खराबे की स्थिति का जायजा.
उनियारा.उपखंड अधिकारी उनियारा श्री शत्रुघ्न सिंह गुर्जर द्वारा उपखंड उनियारा में लगातार हो...
Share Market Rally Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
Share Market Rally Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline