টিংখাঙত একেলগে সম্পন্ন ৪০০ যোৰাকৈ অধিক দৰা কইনাৰ বিবাহ। টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হিন্দু ধর্মৰ পৰম্পৰাৰে অনুষ্ঠিত হয় এই ৰাজহুৱা বিবাহ । ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দি হান্স ফাউণ্ডেশ্যনৰ সহযোগত হোৱা এই সামুহিক বিবাহ অনুষ্ঠানত টিংখাঙৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰা কইনা সকলে বিবাহ কাৰ্য সম্পন্ন কৰে। উল্লেখ্য যে যি সকল লোকে ইতিমধ্যে বহু দিনৰ আগতে বিবাহ পাশত আবদ্ধ হৈছিল যদিও আৰ্থিক ভাৱে হওক বা অন্যান্য কাৰণতেই ৰাজহুৱা ভাৱে স্বীকৃতি নতুবা বিবাহৰ সামাজিক মৰ্যাদা লাভ কৰাৰ পৰা বিৰত আছিল। তেনে ধৰণৰ এই সকল লোকক এই সংস্থাৰ জৰিয়তে ৰাজহুৱাকৈ বিবাহ কাৰ্য সম্পন্ন কৰি সামাজিক স্বীকৃতি প্ৰদান কৰে। এই বিবাহ অনুষ্ঠানত মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী উপস্থিত থাকি এই ব্যৱস্থাক আদৰণি জনায় ভৱিষ্যতৰ দিনত এখন সংস্কাৰ মূলক সমাজ তথা আধ্যাত্মিকতাৰ এখন সমাজ পোৱাৰ আশা প্ৰকাশ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા કલેક્ટર આનંદ પટેલની અધ્યક્ષતામાં જિલ્લા સંકલન સહ ફરિયાદ નિવારણ સમિતીની બેઠક યોજાઈ
બનાસકાંઠા કલેક્ટર આનંદ પટેલની અધ્યક્ષતામાં જિલ્લા સંકલન સહ ફરિયાદ નિવારણ સમિતીની બેઠક યોજાઈ
बालमृत्यू आणि माता मृत्यू रोखण्यासाठी बालविवाह निर्मुलन करणे आवश्यक
सोलापूर - बालविवाह निर्मुलन हा बाल मृत्यू आणि माता मृत्यू रोखण्यासाठी महत्वाचा घटक...
Bajaj Finance Share News: जानें क्यों आई Stock में तेजी, क्या शेयर में एंट्री का सही मौका?
Bajaj Finance Share News: जानें क्यों आई Stock में तेजी, क्या शेयर में एंट्री का सही मौका?