টিংখাঙত একেলগে সম্পন্ন ৪০০ যোৰাকৈ অধিক দৰা কইনাৰ বিবাহ। টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হিন্দু ধর্মৰ পৰম্পৰাৰে অনুষ্ঠিত হয় এই ৰাজহুৱা বিবাহ । ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দি হান্স ফাউণ্ডেশ্যনৰ সহযোগত হোৱা এই সামুহিক বিবাহ অনুষ্ঠানত টিংখাঙৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰা কইনা সকলে বিবাহ কাৰ্য সম্পন্ন কৰে। উল্লেখ্য যে যি সকল লোকে ইতিমধ্যে বহু দিনৰ আগতে বিবাহ পাশত আবদ্ধ হৈছিল যদিও আৰ্থিক ভাৱে হওক বা অন্যান্য কাৰণতেই ৰাজহুৱা ভাৱে স্বীকৃতি নতুবা বিবাহৰ সামাজিক মৰ্যাদা লাভ কৰাৰ পৰা বিৰত আছিল। তেনে ধৰণৰ এই সকল লোকক এই সংস্থাৰ জৰিয়তে ৰাজহুৱাকৈ বিবাহ কাৰ্য সম্পন্ন কৰি সামাজিক স্বীকৃতি প্ৰদান কৰে। এই বিবাহ অনুষ্ঠানত মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী উপস্থিত থাকি এই ব্যৱস্থাক আদৰণি জনায় ভৱিষ্যতৰ দিনত এখন সংস্কাৰ মূলক সমাজ তথা আধ্যাত্মিকতাৰ এখন সমাজ পোৱাৰ আশা প্ৰকাশ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सणसवाडी येथील इंडीव्हर कार व दुचाकीच्या भीषण अपघाताचा थरार सीसीटीव्ही मध्ये कैद
सणसवाडी येथील इंडीव्हर कार व दुचाकीच्या भीषण अपघाताचा थरार सीसीटीव्ही मध्ये कैद
Aurangabad | आजादीच्या अमृत महोत्सवानिमित्त सामूहिक राष्ट्रगानचे आयोजन
Aurangabad | आजादीच्या अमृत महोत्सवानिमित्त सामूहिक राष्ट्रगानचे आयोजन
ખાસ-ખબરના અહેવાલ બાદ અપૂર્વમુનિએ પોતાની ભૂલ કબૂલી માફી માગી
ખાસ-ખબરના અહેવાલ બાદ અપૂર્વમુનિએ પોતાની ભૂલ કબૂલી માફી માગી
પત્ર થયો વાયરલ… શિક્ષકો મચ્છરો કરડે છે, તેથી શાળાએ નહીં આવે
ખાનપુરની મહાત્મા ગાંધી ઇંગ્લિશ મીડિયમ સ્કૂલમાં મંગળવારે આવી જ એક ઘટના સામે આવી હતી જ્યારે ધોરણ 6...