অসম চৰকাৰৰ "অসম দৰ্শন" আঁচনিৰ অধীনত খোৰাহোলা গাঁৱৰ হৰিমন্দিৰৰ নৱ-নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে মাজুলীৰ বিধায়ক ভুৱন গামে। উক্ত অনুষ্ঠানত, বিজেপি জিলা সভাপতি বীৰেণ শইকীয়া ড অনুসূচিত জাতি মৰ্চা মাজুলী জিলা সমিতিৰ সভাপতি জিতেন দাসৰ লগতে জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
November 2024 में खरीदनी है Maruti Nexa कार, Jimny, Vitara पर हो सकती है लाखों रुपये की बचत
Maruti Nexa offers मारुति की ओर से भारतीय बाजार में प्रीमियम डीलरशिप Nexa के जरिए कई बेहतरीन...
मुख्यमंत्री श्री भूपेंद्र पटेल की अध्यक्षता में गांधीनगर में राज्य स्तरीय सतर्कता एवं निगरानी नियंत्रण समिति की बैठक सम्पन्न..
मुख्यमंत्री श्री भूपेंद्र पटेल की अध्यक्षता में गांधीनगर में राज्य स्तरीय सतर्कता एवं निगरानी...
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલે ૭૬માં સ્વાતંત્ર્ય પર્વ અવસરે કેરેલી મહત્વ પૂર્ણ જાહેરાતો
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલે ૭૬માં સ્વાતંત્ર્ય પર્વ અવસરે કેરેલી મહત્વ પૂર્ણ જાહેરાતો*
...
অভয়াপুৰীৰ লুঙাই পাহাৰত দক্ষিণা কালী পূজাৰ আয়োজন
অভয়াপুৰীৰ ঐতিহাসিক লুঙাই পাহাৰত অহা ২৬ আগষ্টত মহাদেৱ মন্দিৰত থকা দক্ষিণা কালী মন্দিৰত...
કાંકરેજમાં આભડછેટ મુક્ત કરવા યોજાઇ યાત્રા...!
કાંકરેજમાં આભડછેટ મુક્ત કરવા યોજાઇ યાત્રા...!