মৰাণৰ শলমাৰীত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুটা হৈছে মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলী দেওঘৰীয়াৰ লিখক দাস (৩৭) আৰু গোপাল দাস (২৫) ৷ ধৃত যুৱকদ্বয়ৰ পৰা ১ কেজি গাঞ্জা আৰু দুখন মটৰ চাইকেল জব্দ কৰিছে মৰাণহাট আৰক্ষীয়ে ৷ মটৰচাইকেল দুখনৰ নম্বৰ AS 04 V 9986 আৰু AS 06 U 6029
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাক লৈ মৰাণ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
নতুন শিক্ষাবৰ্ষ আৰম্ভণিৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধিৰ সিদ্ধান্ত...
वर्कशॉप से कार चुराने की वारदात को अंजाम देने वाले सुरक्षा कर्मी,एचएस व शातिर वाहन चोर गिरफ्तार
वर्कशॉप से कार चुराने की वारदात को अंजाम देने वाले सुरक्षा कर्मी,एचएस व शातिर वाहन चोर...
ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সজাগতা ৰেলী বাহিৰ নগৰৰ মাজেৰে
ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সজাগতা ৰেলী বাহিৰ নগৰৰ মাজেৰে।