<span;>মৰাণত আজি বিজেপি নেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক ৰাজহুৱাকৈ অপমান কৰাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসম (টাইপা) ৰ উদ্যোগত আৰু সদৌ অসম আহোম সভা, আহোম গণমঞ্চ, টাই আহোম জাতীয় পৰিষদ, আহোম সেনা, আহোম জাতীয় মহাসভা আৰু মহন দেউধাই বাইলুং সন্মিলনৰ সহযোগত এক বিক্ষোভ কাৰ্যসূচী কৰে। মৰাণ নগৰৰ ট্ৰেফিক তিনিআলিত কৰা বিক্ষোভ কাৰ্যসূচীত আঙুৰলতা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ। লগতে <span;>বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও স্পষ্ট কৰি দিছে সংগঠন কেইটাই । উল্লেখযোগ্য যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপ্ৰদী মূৰ্মুক অপমান কৰাৰ প্ৰতিবাদত ব্ৰটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আহোম জনগোষ্ঠীক মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছিল আঙুৰলতা ডেকাৰ বিৰুদ্ধে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election: PM Modi पर बरसे Farooq Abdullah, कहा- हम मोदी के हिंदुस्तान में शामिल नहीं हुए
Lok Sabha Election: PM Modi पर बरसे Farooq Abdullah, कहा- हम मोदी के हिंदुस्तान में शामिल नहीं हुए
બાંગ્લાદેશમાં પેટ્રોલ-ડીઝલના ભાવમાં રાતોરાત રેકોર્ડ 51.7%નો વધારો
બાંગ્લાદેશ સરકારે ગઈકાલે રાત્રે પેટ્રોલ અને ડીઝલના ભાવમાં 51.7 ટકાનો વધારો કર્યો હતો. દેશના...
BS3 या BS4, कौन सा एमीशन स्टैंडर्ड फॉलो करती है आपकी कार? 20 हजार का चालान कटने से पहले जान लीजिए
BS3 और BS4 का मतलब भारत स्टेज 3 और भारत स्टेज 4 उत्सर्जन मानक हैं। इन्हें सरकार द्वारा नाइट्रोजन...